Test : 1
1. There were 17 apples in a basket. 5 of those apples were eaten. How many apples are left in the basket now ? (এটা ঝুৰিত 17টা আপেল আছিল। তাৰ ভিতৰত 5টা আপেল খোৱা হ'ল। এতিয়া ঝুৰিত কিমানটা আপেল বাকী আছে ?)

17 − 5 = 12. Therefore, 12 apples are left in the basket. (সেয়েহে ঝুৰিত 12টা আপেল বাকী আছে।)

🌐