ID - 36
Current Affairs are recent national and international events related to politics, economy, science, sports, environment, and government schemes. They improve general awareness and are essential for competitive exams like HSLC, SSC, Banking, Railways, and other government exams. They also help in interviews and personality development.
চলিত ঘটনা বুলিলে দেশ-বিদেশৰ সাম্প্ৰতিক গুৰুত্বপূৰ্ণ ঘটনাসমূহ বুজায়। ই ৰাজনীতি, অৰ্থনীতি, বিজ্ঞান, ক্ৰীড়া, পৰিবেশ আৰু চৰকাৰী আঁচনি সামৰি লয়। চলিত ঘটনাৰ জ্ঞান HSLC, SSC, বেংকিং, ৰেলৱে আদি প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ আৰু সাধাৰণ জ্ঞান বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয়।
Current Affairs : Click Here