×

Search Results

Searching...

Time & Work Set Problem.

Q. Buses depart from a bus terminal at an interval of 8 minutes. A man walking towards the bus terminal meets the buses at an interval of 7 minutes. If the speed of the man is 6 km/h, find the speed of the buses. এটা বাছ টাৰ্মিনেলৰ পৰা প্ৰতি 8 মিনিট অন্তৰে অন্তৰে বাছ ওলাই আছে। এজন মানুহ বাছ টাৰ্মিনেলৰ ফালে আগবাঢ়ি গৈ থাকোতে বাছবোৰক প্ৰতি 7 মিনিট অন্তৰে লগ পায়। মানুহজনৰ গতি 6 km/h হলে, বাছৰ গতি কিমান ?

Options: (a) 36 km/h  (b) 39 km/h  (c) 42 km/h  (d) 49 km/h

Q. Two rifles are fired from the same place at an interval of 11 min 45 sec. A man coming towards that place in a train hears the second sound after 11 minutes. If the speed of sound = 330 m/s, find the speed of the train. প্ৰশ্ন : এটা একে ঠাইৰ পৰা দুটা ৰাইফল 11 মিনিট 45 ছেকেণ্ড অন্তৰে গুলী কৰা হৈছে। এজন মানুহ ট্ৰেইনত বহি সেই ঠাইৰ ফালে আহি থাকোতে দ্বিতীয় শব্দটো 11 মিনিট পাছত শুনে। যদি শব্দৰ গতি 330 m/s হয়, তেন্তে ট্ৰেইনৰ গতি কিমান ?

Options: (a) 72 km/h  (b) 75 km/h  (c) 78 km/h  (d) 81 km/h

Time & Work Set 2 :- Ans : Click Here