Basic Idea (মৌলিক ধাৰণা)

When we think about a cycle or bike, we usually focus on speed. But imagine a vehicle without brakes. It may go fast for a moment, but it will surely crash. Brakes are not there to stop us forever — they are there to control, guide, and protect us.
যেতিয়া আমি চাইকেল বা বাইক চিন্তা কৰোঁ, তেতিয়া সাধাৰণতে গতি (speed)ৰ কথা ভাবোঁ। কিন্তু ভাবকচোন যদি ব্ৰেক নাথাকে। অলপ সময়ৰ বাবে সেয়া দ্ৰুত গতিৰে যাব পাৰে, কিন্তু নিশ্চিতভাৱে এটা সময়ত দুর্ঘটনা ঘটিব। ব্ৰেক আমাক সদায় বন্ধ কৰিবলৈ নহয় — ই আমাক নিয়ন্ত্ৰণ, দিশ আৰু সুৰক্ষা দিয়ে।

Brakes & Parents: The True Protectors of Our Journey in Life : ব্ৰেক আৰু পিতৃ-মাতৃ: আমাৰ জীৱনৰ যাত্ৰাৰ সঁচা ৰক্ষাকাৰী : Click Here।”