ID - 86
Spending quality time talking with your child is very important. Even a few minutes of meaningful conversation every day can strengthen your relationship and help you understand your child's feelings. [সন্তানৰ সৈতে আন্তৰিকতাৰে কথা পতাৰ বাবে বহুত সময়ৰ প্ৰয়োজন নহয়। প্ৰতিদিনে অলপ সময় কথা পাতিলেও সন্তানৰ মনৰ কথা বুজিব পাৰি আৰু সম্পৰ্ক অধিক মজবুত হয়।]
1. How was your day today ? আজি দিনটো কেনেকুৱা গ'ল ?
To understand your child's good and bad experiences of the day. [দিনটোৰ ভাল-বেয়া অভিজ্ঞতাবোৰ জানিবলৈ।]
2. What new thing did you learn today ? আজি নতুন কি শিকিলা ?
To develop curiosity and interest in learning. [শিকাৰ প্ৰতি আগ্ৰহ আৰু কৌতূহল বৃদ্ধি কৰিবলৈ।]
3. Did anything make you feel sad today ? [আজি কিবা কথাত মন বেয়া লাগিছিল নেকি ?]
To encourage your child to express feelings openly. [সন্তানক নিজৰ অনুভৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ উৎসাহিত কৰিবলৈ।]
4. Whom did you help today ? [আজি কাক সহায় কৰিলা ?]
To develop kindness, helpfulness and compassion. [সহায়, দয়া আৰু সহানুভূতিৰ মনোভাৱ গঢ়ি তুলিবলৈ।]
5. What new thing would you like to do tomorrow? কাইলৈ কি নতুন কাম কৰিব বিচৰা ?
[To develop goal-setting and planning habits. নিজৰ লক্ষ্য নিৰ্ধাৰণ আৰু পৰিকল্পনা কৰাৰ অভ্যাস গঢ়িবলৈ।]
A Message to Every Parent / প্ৰতিগৰাকী অভিভাৱকৰ বাবে এটি বাৰ্তা
Listen more, guide gently and spend meaningful time with your child. [সন্তানক কেৱল উপদেশ দিয়াই নহয়, তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনক আৰু মৰমেৰে সঠিক পথ দেখুৱাওক।]
Remember: A few minutes of meaningful conversation every day can make a big difference in your child's life. [মনত ৰাখিব: প্ৰতিদিনে কেইমিনিটমানৰ আন্তৰিক কথোপকথনেও সন্তানৰ জীৱনত এক ডাঙৰ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।]
@@@: Follow Zealpoint: www.zealpoint.in Educationa Hub for School College & Competitive Exam Study Notes